গোটেই দিনটোৰ শক্তি আৰু সুস্বাস্থ্যৰ বাবে

প্রিমিয়াম হানি নাটচ

বিশুদ্ধ হিমালয়ান মৌ আৰু ১৫টা প্ৰিমিয়াম ড্ৰাই ফ্ৰুইটচ আৰু বীজৰ উপযুক্ত সংমিশ্ৰণ। আপোনাৰ দৈনন্দিন পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আজিয়েই আমাৰ চিগনেচাৰ এডিচন অৰ্ডাৰ কৰক।

•‌ জিৰো এডেড ছুগাৰ •‌ ১০০% বিশুদ্ধ প্ৰাকৃতিক মৌ • সম্পূৰ্ণ কেমিকেল মুক্ত • পৰিস্কাৰ পৰিৱেশত প্ৰস্তুত

4.5/5 RATING

300+ সন্তুষ্ট গ্ৰাহক

File 000000004c9472068a4d092c8b19577d 5 1024x576

আপুনি HONEY NUTS কিয় খাব?

আপোনাৰ প্ৰতি দিনৰ সমস্যাৰ

প্ৰাকৃতিক সমাধান

শাৰীৰিক দূৰ্বলতা আৰু ক্লান্তি?

সামান্য পৰিশ্ৰমতেই বাগৰ লগা আৰু গোটেই দিন জুৰি দূৰ্বলতা অনুভৱ হয়

ইনস্ট্যান্ট এনার্জি বুস্ট

ৰোগ প্রতিৰোধ ক্ষমতা কম?

সঘনাই চৰ্দি, কাহ বা অন্যান্য সাধাৰণ শাৰীৰিক অসুস্থতা।

ইমিউনিটি সিস্টেম শক্তিশালী

স্মৃতিশক্তি আৰু মনোযোগৰ অভাৱ?

কামত মনোনিৱেশ কৰিব নোৱাৰা আৰু পাহৰণিৰ প্ৰৱণতা।

ব্ৰেইনৰ কাৰ্য্যক্ষমতা বৃদ্ধি

PREMIUM INGREDIENTS

১৬টা প্ৰিমিয়াম উপাদানৰ

চিগনেচাৰ ছুপাৰফুডৰ সংমিশ্ৰণ

হিমালয়ান বিশুদ্ধ মৌ

ইন্সট্যন্ট এনার্জি

প্ৰিমিয়াম কাজু

হার্টৰ সুস্থতা আৰু প্রোটিন

আখৰোট

ওমেগা-৩ আৰু মেমোরি শার্প

কাঠবাদাম

ব্রেইনৰ কার্যক্ষমতা বৃদ্ধি

পিস্তা

হার্ট হেলথ আৰু এনার্জি

চিনাবাদাম

প্রোটিন সমৃদ্ধ আৰু শক্তি বৃদ্ধি

আঞ্জিৰ (Fig)

কেলচিয়াম আৰু মজবুত হাড়

অ্যাপ্রিকট/Yellow অ্যাপ্রিকট

ভিটামিন এ আৰু চকু দৃষ্টি

প্ৰিমিয়াম খেজুৰ

ৰক্তশূন্যতা দূৰ আৰু আয়ৰন

কলা কিচমিচ

অ্যান্টিঅক্সিডেন্ট আৰু ইমিউনিটি

গোল্ডেন কিচমিচ

সুস্থ পাচনতন্ত্র আৰু হজম

পামকিন‌ বীজ, সূর্যমুখী বীজ আৰু বগা তিল

ম্যাগনেচিয়াম আৰু জিংক

ড্ৰাইড চেৰী

অ্যান্টিঅক্সিডেন্ট আৰু এনার্জি

বিশেষ অফাৰ চলি আছে

File 00000000f18c722f8b3a9ea868513053 768x1024

এই হানি নাটচ কিয় আপোনাৰ

প্ৰতিদিনৰ খাদ্যাভ্যাসত ৰখা উচিত ?

ইনস্ট্যান্ট এনার্জি বুস্টাৰ

বিশুদ্ধ মৌ আৰু প্ৰিমিয়াম মানৰ খেজুৰে শৰীৰৰ ভাগৰ নিমিষতে উপশম কৰে। ই দীঘলীয়া সময় কাম কৰিবলৈ অন্তহীন প্ৰাকৃতিক শক্তি প্ৰদান কৰে।

মগজু আৰু হৃদযন্ত্ৰৰ সুৰক্ষা

ওমেগা-৩ সমৃদ্ধ আখৰোট আৰু আলমণ্ডে তেজত থকা বেয়া কলেষ্টেৰল হ্ৰাস কৰি মগজুৰ স্মৃতিশক্তি চোকা কৰে আৰু হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে।

হজম শক্তি আৰু বিপাকীয় ক্ৰিয়া উন্নত কৰে

মৌত থকা প্ৰাকৃতিক এনজাইম আৰু আলমণ্ডত থকা ফাইবাৰ হজম শক্তি উন্নত কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত অতি ফলপ্ৰসূ ভূমিকা পালন কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

ইয়াৰ উপাদান সমূহত থকা এন্টিঅক্সিডেন্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, যাৰ ফলত সাধাৰণ চৰ্দি-কাঁহ আৰু ভাইৰাছৰ পৰা আপোনাক আঁতৰাই ৰাখে।

ছালৰ উজ্জ্বলতা আৰু যৌৱন বৃদ্ধি

ভিটামিন E আৰু উপকাৰী ফেটি এচিডে ছালৰ শুকানতা কমাই ভিতৰৰ পৰা প্ৰাকৃতিক উজ্জ্বলতা বৃদ্ধি কৰে। লগতে বলিৰেখা আৰু অকাল বয়সৰ লক্ষণ হ্ৰাস কৰাত সহায় কৰে।

হাড় আৰু দাঁতৰ মজবুত গঠন

ইয়াত থকা কেলচিয়াম আৰু ফছফৰাছৰ ফলত হাড়ৰ ঘনত্ব বৃদ্ধি পায় আৰু দাঁতৰ আঁঠু শক্তিশালী কৰাত সহায় কৰে। বৃদ্ধি পোৱা শিশু আৰু বৃদ্ধৰ বাবে ই অতি উপকাৰী |

আমাৰ সন্তুষ্ট গ্ৰাহক সকলৰ মতামত...

happy boy
happy boy
অনলাইনত বিশ্বাস নহয় বুলি মই তেওঁলোকৰ দুকানলৈ নিজে আহি ক্ৰয় কৰিলোঁ। ভাল লাগিল। Tasty আৰু healthy product হয়। মই একেলগে দুটা buy কৰিলোঁ। আপুনিও লব পাৰে। (Review খন তেওঁলোকৰ দোকানত বহিয়েই লিখি আছোঁ 😀) ভাল product হয় লব পাৰে 👌
parul
parul
jar dekhne me bhi accha hai aur taste bhi bahat accha, me ne first time liya hai- aap bhi le sakte ho
rashmita bhuyan
rashmita bhuyan
Healthy snack হিচাপে লৈছিলোঁ। Taste টো ভবা তকৈও বেছি ভাল লাগিল। বিশেষকৈ pista আৰু almonds বহুত ভাল লাগিল। Overall product টো ভাল।
turya jyoti gayan
turya jyoti gayan
Taste টো বহুত ভাল লাগিল 😊 Honey আৰু nuts ৰ combination টো একেবাৰে perfect। Nuts বোৰো fresh আৰু crunchy লাগিল। প্ৰায় প্ৰতিদিনে অলপ অলপকৈ খাই আছোঁ।
abdullah rahat
abdullah rahat
প্ৰথমে zaykah ৰ পৰা হানি অৰ্ডাৰ কৰিছিলোঁ। এই বাৰ হানি নাটচ টো try কৰিলোঁ। ভাল লাগিল। মোৰ বাবু টোয়ে বেছি ভাল পাইছে। আৰু এটা লাগিব
fatima rahmah
fatima rahmah
These days it’s hard to find snacks that are both healthy and genuinely tasty. I started having these Honey Nuts with my morning tea, and now it has become part of my daily routine ❤️ The taste feels natural, not overly sweet, and the nuts are fresh and crunchy. What made me happiest was seeing my kids enjoy it too.
shiva moni das
shiva moni das
আমাৰ অসমৰ ল'ৰা হয়। একমাত্ৰ এই বুলি বিশ্বাস কৰি অৰ্ডাৰ টো কৰিছিলোঁ। আজি ডেলিভাৰি হ'ল। Product টো ভাল পাইছোঁ। আকৌ কৰিম অৰ্ডাৰ। এনে সৰু business বোৰক support কৰিলেহে অসমৰ অৰ্থনীতি উন্নত হব বুলি মই ভাবো। আশীৰ্বাদ থাকিল। আগুৱাই যোৱা।

FAQ (সাধাৰণ প্ৰশ্নসমূহ)

1. ইয়াত ব্যৱহিত মৌ সঁচাকৈয়ে খাঁটি নেকি?

নিশ্চয়ই। আমি ১০০% বিশ্বাসযোগ্য আৰু প্ৰাকৃতিক উৎসৰ পৰা মৌ সংগ্ৰহ কৰোঁ। গুণগত মান আৰু বিশুদ্ধতা নিশ্চিত কৰিবলৈ প্ৰতিটো বেচ (Batch) লেবৰেটৰীত পৰীক্ষা কৰোৱা হয়। সেইবাবে আপুনি আমাৰ মৌৰ বিশুদ্ধতা আৰু মানদণ্ডৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিব পাৰে।

প্ৰতিদিনে পুৱা খালী পেটত অথবা ৰাতি শুবলৈ যোৱাৰ আগতে ১-২ চামুচকৈ খাব পাৰে। ইয়াৰ উপৰিও কুহুমীয়া গৰম গাখীৰৰ সৈতে মিহলাই খালে অধিক উপকাৰ পোৱা যায়। নিয়মিত সেৱনে শৰীৰত প্ৰয়োজনীয় পুষ্টি আৰু শক্তি যোগান ধৰাত সহায় কৰে।

হয়, আমি সমগ্ৰ ভাৰতজুৰি (All Over India) হোম ডেলিভাৰী সেৱা প্ৰদান কৰোঁ।

আমি UPI আৰু Cash on Delivery (COD) দুয়োটা পেমেণ্ট সুবিধা প্ৰদান কৰোঁ। Cash on Delivery অৰ্ডাৰৰ ক্ষেত্ৰত বুকিং নিশ্চিত কৰিবলৈ ₹100 আগতীয়াকৈ (Advance) জমা দিব লাগে। বাকী টকা প্ৰডাক্ট ডেলিভাৰীৰ সময়ত পৰিশোধ কৰিব পাৰিব। UPI-ৰ জৰিয়তে সম্পূৰ্ণ পেমেণ্ট আগতীয়াকৈও কৰিব পাৰে।

সাধাৰণতে অৰ্ডাৰ নিশ্চিত হোৱাৰ পিছত ৪-৭ কাৰ্যদিবসৰ (Working Days) ভিতৰত ভাৰতৰ যিকোনো স্থানত ডেলিভাৰী সম্পন্ন কৰা হয়। অৱশ্যে ডেলিভাৰীৰ সময় আপোনাৰ অৱস্থান আৰু সংশ্লিষ্ট এলেকাৰ কুৰিয়াৰ সেৱাৰ ওপৰত কিছু পৰিমাণে নিৰ্ভৰ কৰিব পাৰে।

আমাৰ Honey Nuts সাধাৰণ কোঠাৰ উষ্ণতাত ৪-৬ মাহ পৰ্যন্ত সতেজ আৰু খোৱাৰ উপযোগী হৈ থাকে।

এই সময়ছোৱাত ইয়াৰ টেক্সচাৰত সামান্য পৰিবৰ্তন দেখা যাব পাৰে, কিন্তু চিন্তাৰ কোনো কাৰণ নাই। যিহেতু এইটো সম্পূৰ্ণ Preservative-মুক্ত প্ৰডাক্ট, সেয়েহে সময়ৰ লগে লগে টেক্সচাৰত কিছু স্বাভাৱিক পৰিবৰ্তন হোৱাটো সাধাৰণ কথা।

ইয়াক ফ্ৰিজত ৰখাৰ কোনো প্ৰয়োজন নাই। মাত্ৰ প্ৰত্যক্ষ সূৰ্যৰ পোহৰ আৰু অত্যধিক তাপৰ পৰা আঁতৰত ৰাখিলেই যথেষ্ট।

Honey Nuts-ত প্ৰাকৃতিক মৌ আৰু মিঠা খেজুৰ ব্যৱহাৰ কৰা হয়। সেয়েহে ডায়েবেটিছ ৰোগীয়ে পৰিমিত পৰিমাণত সেৱন কৰাটো উপযুক্ত। অৱশ্যে প্ৰতিজন ব্যক্তিৰ ৰক্তত চেনিৰ (Sugar) মাত্ৰা আৰু স্বাস্থ্যগত অৱস্থা বেলেগ বেলেগ হ’ব পাৰে, সেয়েহে নিয়মিতভাৱে সেৱন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উত্তম।

হয়, সাধাৰণতে ই ১৬টা প্ৰাকৃতিক উপাদানৰে তৈয়াৰী পুষ্টিকৰ খাদ্য। গৰ্ভাৱস্থাত সীমিত পৰিমাণত ল’ব পাৰি, কিন্তু এলাৰ্জি বা স্বাস্থ্যজনিত সমস্যা থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উত্তম।

আৰু কোনো তথ্য জানিবলৈ আছে নেকি?

আমাৰ সহায়ক (Support) টিমৰ সৈতে পোনপটীয়াকৈ কথা পাতক।

স্পেচিয়েল অফাৰ

অফাৰৰ সময় সীমিত

Prepaid Order ₹50 EXTRA Discount

Hours
Minutes
Seconds
File 00000000e754720b909315d2db391c5f 1

আপোনাৰ বিশ্বাসৰ বাবে আন্তৰিক ধন্যবাদ

______