প্ৰকৃতিৰ অনন্য উপহাৰ

Zaykah Natural Honey

প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰা এই বিশুদ্ধ Natural Honey আপোনাৰ দৈনন্দিন স্বাস্থ্য আৰু শক্তিৰ বাবে এক উৎকৃষ্ট উপহাৰ

১০০% বিশুদ্ধ আৰু প্ৰাকৃতিক মৌ

জীৰো এডেড ছুগাৰ

জীৰো ৰাসায়নিক আৰু পিজাৰ্ভেটিভ

আপোনাৰ পৰিয়ালৰ বাবে সদায় নিৰাপদ আৰু উন্নত মানৰ খাদ্য সামগ্ৰী বাচনি কৰক।

File 000000000860720ba46e87b1aa3564b9

এই Natural Honey কিয় আপোনাৰ

প্ৰতিদিনৰ খাদ্যাভ্যাসত ৰাখিব?

প্ৰাকৃতিক শক্তিৰ উৎস

প্ৰাকৃতিক মৌত থকা কাৰ্বোহাইড্ৰেট শৰীৰক দ্ৰুত আৰু স্বাভাৱিক শক্তি যোগান দিয়াত সহায় কৰে, যাৰ ফলত আপুনি দিনটো অধিক সতেজ অনুভৱ কৰিব পাৰে।

চৰ্দি-কাঁহ, ডিঙিৰ অস্বস্তিৰ পৰা মুক্তি

প্ৰাকৃতিক বিশুদ্ধ মৌ ঋতু পৰিৱৰ্তনৰ সময়ত সাধাৰণ বেমাৰ যেনে চৰ্দি-কাঁহ, ডিঙিৰ বিষ আদিৰ পৰা সহজে মুক্তি দিবলৈ সহায় কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

প্ৰাকৃতিক মৌত থকা এণ্টিঅক্সিডেণ্টে শৰীৰৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

পৰিশোধিত চেনিৰ তুলনাত প্ৰাকৃতিক বিকল্প

চাহ, গাখীৰ বা বিভিন্ন খাদ্যত পৰিশোধিত চেনিৰ সলনি প্ৰাকৃতিক মিঠাস হিচাপে ব্যৱহাৰ কৰিব পাৰি।

দৈনন্দিন সুস্থ জীৱনশৈলীৰ অংশ

বহুতে নিজৰ সুস্থ জীৱনধাৰাৰ অংশ হিচাপে নিয়মিতভাৱে প্ৰাকৃতিক মৌ খাদ্যত অন্তৰ্ভুক্ত কৰে।

FAQ (সাধাৰণ প্ৰশ্নসমূহ)

1. আপোনালোকৰ মৌ 100% বিশুদ্ধ নেকি?
হয়। আমাৰ মৌ কোনো ধৰণৰ চেনি, কৃত্ৰিম মিঠাই, ফ্লেভাৰ বা অন্য কোনো ভেজাল উপাদান মিহলাই প্ৰস্তুত কৰা নহয়। গুণগত মান আৰু বিশুদ্ধতা নিশ্চিত কৰিবলৈ আমি নিয়মিতভাৱে লেব টেষ্ট কৰাওঁ।
বিশুদ্ধ প্ৰাকৃতিক মৌ সঠিকভাৱে সংৰক্ষণ কৰিলে বহুদিন ধৰি ব্যৱহাৰ কৰিব পাৰি। সাধাৰণ ৰুম ট্ৰেম্পেচাৰ আৰু শুকান ঠাইত ঢাকনি ভালদৰে বন্ধ কৰি ৰাখিলেই যথেষ্ট। উল্লেখ্য যে মৌ ফ্ৰীজত ৰাখিব নালাগে ফ্ৰীজত ৰাখিলে ইয়াৰ গুণগত মান নষ্ট হব পাৰে।
সাধাৰণতে অর্ডাৰ নিশ্চিত হোৱাৰ পিছত ৩-৭ কাৰ্যদিবসৰ ভিতৰত ডেলিভাৰী সম্পন্ন কৰা হয়। অৱস্থানভেদে সময় কিছু বেছি বা কম হ'ব পাৰে।
হয়। যদি পণ্যত কোনো ক্ষতি, লিকেজ বা গুণগত সমস্যাৰ প্ৰমাণ থাকে, তেন্তে আমাৰ নীতি অনুসৰি ৰিটাৰ্ণ বা ৰিপ্লেচমেণ্টৰ সুবিধা লাভ কৰিব পাৰে। অধিক তথ্যৰ বাবে আমাৰ সহায়ক দলৰ সৈতে যোগাযোগ কৰিব পাৰে। Contact no.: +91 7599290440 | +91 9678819778 Email: hello.zaykah@gmail.com
এবছৰৰ ওপৰৰ শিশু, প্ৰাপ্তবয়স্ক আৰু বয়োজ্যেষ্ঠ সকলোৱে এই মৌ খাব পাৰে। কিন্তু 1 বছৰৰ তলৰ শিশুক মৌ খুৱাবলৈ চিকিৎসা বিশেষজ্ঞসকলে পৰামৰ্শ নিদিয়ে।
হয়, কিন্তু পৰিমিত পৰিমাণে আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি। আমাৰ মৌ 100% বিশুদ্ধ প্ৰাকৃতিক মৌ, ইয়াত কোনো কৃত্ৰিম চেনি মিহলোৱা নহয়। তথাপিও মৌত স্বাভাৱিকভাৱে Fructose আৰু Glucose থাকে। সেয়েহে ডায়েবেটিছ থকা ব্যক্তিয়ে নিজৰ স্বাস্থ্যৰ অৱস্থা অনুসৰি সীমিত পৰিমাণে গ্ৰহণ কৰা উচিত।
নহয়। এইটো মৌ সম্পৰ্কে এটা অতি সাধাৰণ ভুল ধাৰণা। বিজ্ঞানৰ মতে বিশুদ্ধ প্ৰাকৃতিক মৌত থকা গ্লুকোজ সময়ৰ লগে লগে স্বাভাৱিকভাৱে ক্ৰিষ্টেল বা দানা আকৃতি ল'ব পাৰে। ইয়াক "Crystallization" বুলি কোৱা হয়। এই প্ৰক্ৰিয়া মৌৰ বিশুদ্ধতাৰ লক্ষণ হ'ব পাৰে, ভেজালৰ নহয়।
নহয়। মৌৰ ঘনত্ব ফুলৰ উৎস, আর্দ্ৰতা, ঋতু আৰু সংৰক্ষণ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান বিশুদ্ধ মৌ স্বাভাৱিকভাৱে পাতল হয় আৰু কিছুমান তুলনামূলকভাৱে গাঢ় হয়। সেয়ে কেৱল পাতল বা গাঢ় হোৱাৰ ভিত্তিত মৌৰ বিশুদ্ধতা নিৰ্ধাৰণ কৰিব নোৱাৰি। বিজ্ঞানসম্মত পৰীক্ষাইহে মৌৰ সঠিক গুণগত মান আৰু বিশুদ্ধতা নিশ্চিত কৰিব পাৰে।

আৰু কোনো তথ্য জানিবলৈ আছে নেকি?

আমাৰ সহায়ক (Support) টিমৰ সৈতে পোনপটীয়াকৈ কথা পাতক।

SPECIAL DISCOUNT OFFER

অফাৰৰ সময় সীমিত

Hours
Minutes
Seconds